পাঠশালা নগৰৰ উন্নয়নৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

By

Published : Nov 11, 2021, 1:36 PM IST

thumbnail

পাঠশালা পৌৰসভা(Pathsala Municipality)ত উপস্থিত হৈ বহু সমস্যা সন্দৰ্ভত পৌৰসভা বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Das) ৷ বৈঠকত পাঠশালা বাছ আস্থানৰ বাবে সংৰক্ষিত ভূমিত কেনেদৰে স্থায়ী বাছ আস্থান নিৰ্মাণ কৰা হ’ব, নিৰ্মাণৰত পাঠশালা বজাৰ বিল্ডিং আদি সন্দৰ্ভত আলোচনা কৰা হয় ৷ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.