ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে মন্ত্ৰী যোগেন মহনে

By

Published : Mar 9, 2021, 5:21 PM IST

thumbnail

আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল অন্তিম দিন । ১০৫ নং মাহমৰা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ হকে মনোনয়ন দাখিল মন্ত্ৰী যোগেন মহনৰ । মনোনয়ন দাখিলৰ আগমুহুৰ্তত ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি মন্ত্ৰী যোগেন মহনে কয়, সমষ্টিৰ উন্নয়ন আৰু ৰাইজৰ সমস্যা সমাধান তেওঁৰ লক্ষ্য । বিৰোধী দল কংগ্ৰেছৰ লগতে আন দলৰ প্ৰাৰ্থীকো শুভেচ্ছা জ্ঞাপন কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (স্বতন্দ্ৰ) বিভাগৰ মন্ত্ৰী যোগেন মহনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.