টিংখাঙৰ ঐতিহাসিক যুৰীয়া আই থানত আশীষ ললে মন্ত্ৰী বিমল বড়াই - Minister Bimal Bora at Juriya thaan
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11758711-thumbnail-3x2-p1.jpg)
অসমৰ ন-মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত প্ৰথমবাৰলৈ নিজ সমষ্টিত প্ৰৱেশ কৰি শুকুৰবাৰে টিংখাঙৰ ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থানত উপস্থিত হয় মন্ত্ৰী বিমল বড়া ৷ টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থানৰ আশীষ গ্ৰহণ কৰি ৰাইজৰ সেৱাৰ বাবে যুৰীয়া মাৰ আশীৰ্বাদ গ্ৰহণ কৰি নিজ কৰ্মত অগ্ৰসৰ হবলৈ সাজু হোৱা বুলি সদৰী কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ ওপৰিও টিংখাঙ সমষ্টিৰ কেইবাগৰাকী সক্ৰিয় বিজেপি কৰ্মীৰ অকাল মৃত্যু হোৱাত তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জনোৱাৰ লগতে সান্তনা দিয়ে ন-কেবিনেট মন্ত্ৰী গৰাকীয়ে ৷