Massive fire in Nalbari : শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় ভয়ংকৰ অগ্নিকাণ্ড - Massive fire in Nalbari

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 8, 2021, 6:28 AM IST

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire broke out Swahid Mukunda Kakati Civil Hospital)৷ চিকিৎসালয়ৰ "চলিড ৱেষ্ট মেনেজমেন্ট"ৰ গুদামত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড(Massive fire breaks out in Nalbari)। অগ্নিনিৰ্বাপক বাহিনী চিকিৎসালয়ত উপস্থিত হৈ নিৰ্বাপন কৰে জুই ৷ কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.