thumbnail

By

Published : Dec 1, 2019, 7:52 PM IST

ETV Bharat / Videos

মাজুলীত মৎস্য চিকাৰৰ আনন্দ

আঘোণৰ সোণাৱলী পথাৰৰ সোণগুটি ছপোৱাৰ সমান্তৰালকৈ মাজুলীৰ গাঁৱে-গাঁৱে চলিছে মাছ ধৰা পৰ্ব ৷ মাজুলীৰ নৈ বিল পুখুৰী জলাশয়ৰ মাজত মাছ ধৰি আনন্দত মতলীয়া কৃষী চহকী ৰাইজ ৷ মাছ পোৱাৰ আনন্দত কোনোৱে যদি বিহুগীত গাই আনন্দ প্ৰকাশ কৰে তেনে কোনোৱই আকৌ জুৰিলে বনগীত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.