শামুকীয়া গতিৰে মাজুলীবাসীক সুৰক্ষা দিব পাৰিবনে ব্ৰহ্মপুত্ৰ বোৰ্ডে ?
🎬 Watch Now: Feature Video
মাজুলীৰ শালমৰাৰ পৰা দক্ষিণপাট সত্ৰ লৈকে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া ৰোধৰ বাবে আবণ্টন দিয়া হৈছিল 237 কোটি টকা । জিলাখনৰ ভৌগলিক অৱস্থাটোক এটা স্থায়ী সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে দিনে নিশাই কাম চলাইছে শ্ৰমিকসকলে ৷ কিন্তু কোটি টকাৰ ব্যয় সাপেক্ষে জিঅ বেগ স্থাপনৰ কামত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কৰ্মচাৰীয়ে ঠিকাদাৰৰ স'তে লুন্ঠনৰাজ চলোৱাৰ অভিযোগ ৰাইজৰ..