অগণন ভক্তই ভিৰ কৰিলে মা কল্যাণী দেৱালয় - মহা অষ্টমী
🎬 Watch Now: Feature Video

মহা অষ্টমীৰ উপলক্ষে গহপুৰৰ ডিপৰাস্থিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত অগণন ভক্তৰ ভিৰ ৷ পৰম্পৰা অনুসৰি মহা অষ্টমীত শক্তিপীঠত ম'হ, হাঁহ, পাৰ আদি বলি দিয়া হয় ৷ মা কল্যাণী দেৱালয়ৰ পৰা সংবাদদাতা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন ৷