অনিশ্চয়তাত মাদ্ৰাছা, সংস্কৃত টোলত অধ্যয়নৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ - শিক্ষামন্ত্ৰী
🎬 Watch Now: Feature Video

এটা চৰকাৰী সিদ্ধান্তই সঁচাকৈয়ে অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিব নেকি মাদ্ৰাছা, সংস্কৃত টোলৰ ছাত্ৰ ছাত্ৰীৰ জীৱন ? বন্ধ হ'ব ব্ৰিটিছৰ দিনতে স্থাপিত মাদ্ৰাছাও । মাদ্ৰাছা, সংস্কৃত টোলত কেৱল ধৰ্মীয় শিক্ষা দিয়া বুলি চৰকাৰে কৰা দাবী কিমানদূৰ সঁচা। সঁচাকৈয়ে কেৱল ধৰ্মীয় শিক্ষা দিয়া হয় নেকি মাদ্ৰাছা আৰু সংস্কৃত টোলত ? এই সন্দৰ্ভত সবিশেষ সামৰি ই টি ভি ভাৰতৰ বিশেষ প্ৰতিবেদন।