অপহৃত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ শেহতীয়া তথ্যৰে গ্ৰাউণ্ড ৰিপৰ্ট... - ONGC

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 24, 2021, 6:10 PM IST

নাগালেণ্ড আৰক্ষী আৰু সেনাই চলোৱা যুটিয়া অভিযানত ONGC ৰ দুই বিষয়া-কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দলটোৱে ৷ অৱশ্যে এতিয়ালৈকে কোনো সন্ধান পোৱা নাই আনগৰাকী অপহৃত অতুল শইকীয়াৰ ৷ বৰ্তমানলৈকে অতুল শইকীয়াৰ সন্ধানত সেনা-আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত নাগালেণ্ডৰ মন জিলাৰ এখন বিশেষ ঠাইৰ পৰা শিৱসাগৰৰ সংবাদদাতা অনন্ত স্মিথৰ গ্ৰাউণ্ড ৰিপৰ্ট...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.