চোৰাং কাঠ আৰু মাছ ব্যৱসায়ীৰ ৰম্যভূমিলৈ পৰিণত হৈছে লাওখোৱা অভয়াৰণ্য !!! - লাওখোৱাত বনজ সম্পদৰ ধ্বংসযজ্ঞ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4818953-thumbnail-3x2-k.jpg)
সংকটত লাওখোৱা অভয়াৰণ্য। চোৰাং কাঠ আৰু মাছ ব্যৱসায়ীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্য ৷ বনৰক্ষীৰ সন্মুখতেই বনজ সম্পদৰ ধ্বংসযজ্ঞ চলাৰ লগতে চোৰাং মাছ ব্যৱসায়ীয়ে চলাইছে অবৈধ মাছ মৰাৰ অঘোষিত প্ৰতিযোগিতা ৷ বনৰক্ষীৰ বিস্ফোৰক স্বীকাৰোক্তী ৷ চাওক এক বিশেষ প্ৰতিবেদনঃ