Land Conflict : ধুবুৰীত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি - Land conflict between two groups
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13691230-thumbnail-3x2-jdjdj.jpg)
ধুবুৰীত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি । দিন দুপৰতেই এটা পক্ষৰ ঘৰ জ্বলাই দিলে আনটো পক্ষই । ধুবুৰীৰ ভাষানিৰ চৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । মফিয়ৰ ৰহমান, চফিয়ৰ ৰহমান আৰু ৰূপশি বিবি নামত থকা ১ বিঘা ৩ কঠা ৪ লেছা মাটিক লৈ দীৰ্ঘদিনে সংঘাত চলি আহিছিল এটা পক্ষৰ সৈতে । এই সংঘাটৰ পৰিণতিতে প্ৰতিপক্ষ চাইফুল ইছলাম, ৰফিকুল ইছলাম, সামছুল হক আৰু আমিৰ আলীয়ে ঘৰটোত অগ্নিসংযোগ কৰা বুলি অভিযোগ ভুক্তভোগীয়ৰ ৷ ঘটনা সংক্ৰান্তত ভুক্তভোগী মাটিৰ গৰাকীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।