ইটিভি ভাৰতৰ সৈতে কোকৰাঝাৰ জিলা উপায়ুক্তৰ বিশেষ সাক্ষাৎকাৰ - Kokrajhar DC speaks to ETV Bharat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3334874-406-3334874-1558358774248.jpg)
সোমবাৰে ইটিভি ভাৰতৰ স্থানীয় সাংবাদিক কনক চন্দ্ৰ বড়োৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মিলিত হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং অফিচাৰ তথা জিলা উপায়ুক্ত পাৰ্থপ্ৰতীম মজুমদাৰ ৷