আজি কাতি বিহু - বিহু
🎬 Watch Now: Feature Video

অসমীয়া ৰাইজে অতীজৰে পৰা কাতি বিহু ভোগ আৰু আনন্দৰ পৰিৱৰ্তে সীমিত ৰূপত অনুষ্টুপীয়াকৈ পালন কৰি আহিছে ৷ কাৰন এই সময়তেই উদং হৈ পৰে কৃষকৰ ভৰাল ৷ সেয়েহে, অভাৱ-অনাতন আৰু হতাশাৰ মাজতো প্ৰাচীন কালৰে পৰা অসমীয়া কৃষিজীৱি ৰাইজে শস্যৰ মংগলৰ অৰ্থে পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে কাতি বিহু ৷
Last Updated : Oct 18, 2019, 12:34 PM IST