thumbnail

By

Published : Oct 18, 2021, 8:39 PM IST

ETV Bharat / Videos

টীয়কত উদযাপন কাতি বিহু

আজি কাতি বিহু । সমগ্ৰ ৰাজ্যতে বিহুৰ পৰম্পৰা ৰক্ষা কৰি কাতি বিহু উদযাপন কৰা হৈছে । আজি ৰাজ্যৰ প্ৰতিখন চোতালত তুলসীৰ তলত তথা প্ৰতিখন পথাৰত জ্বলিছে আকাশ বন্তি । টীয়কৰ বনাই ৰবিগাঁৱৰ, গাঁৱৰ কন কন শিশুসকল লগত লৈ গোপিনীসকলে ঘৰে ঘৰে তুলসীৰ তলত চাকি-ধূপ-নৈবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা আগবঢ়াইছে । লগতে খেতি পথাৰত যাতে পোক পৰুৱাই অনিষ্ট কৰিব নোৱাৰে সোণগুটিৰে ভড়াল যাতে ভৰি পৰে, তাৰো কামনাৰে পথাৰত আকাশ বন্তি জ্বলাই সেৱা লয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.