কামৰূপৰ কমলপুৰত পুঠিমাৰী নৈৰ সংহাৰী ৰূপ - পুঠিমাৰী নৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 13, 2019, 10:54 AM IST

কামৰূপ, 13 জুলাইঃ বিগত পোন্ধৰ বছৰ পাছত তাণ্ডৱ সৃষ্টি কৰিছে পুঠিমাৰী নৈয়ে । বিপদ সীমাৰ চাৰি মিটাৰ ওপৰেৰে বৈ থকা পুঠিমাৰী নৈৰ সমীপৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকা জলমগ্ন । লগতে কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আঠগাঁও আৰু সোণাপুৰত মথাউৰি ভাগি অৰ্ধ শতাধিক গাঁও জলমগ্ন হোৱাৰ লগতে নৈপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি । আনহাতে জল সম্পদ বিভাগৰ হেমাহিৰ অভিযোগ তুলি নৈ পৰীয়া ৰাইজে নিশা উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি কৰা পৰিলক্ষিত হয় ৷ তাৰোপৰি প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বানাক্ৰান্তই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.