পৰ্যটনৰ সৰ্বাধিক সম্ভাৱনাৰ স্থল থকা কামাখ্যা দেৱালয়

By

Published : Apr 26, 2019, 11:26 PM IST

thumbnail

মা কামাখ্যা ধামে অসম পৰ্যটনৰ ক্ষেত্ৰত বহন কৰিছে এক সুকীয়া পৰিচয়। শেহতীয়াকৈ অসম পৰ্যটন বিভাগে কামাখ্যা ধামক লৈ কেতবোৰ ন ন আঁচনি গ্ৰহণ কৰাৰ লগতে প্ৰচাৰৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে ব্য়য়বহুল আঁচনি ৷ পিচে কেৱল অম্বুবাচীৰ সময়তে নহয় দেশ-বিদেশৰ দৰ্শনাৰ্থীৰ লগতে পৰ্যটকৰ মূল আকৰ্ষণৰ কেন্দ্ৰস্থল ৰূপে বিবেচিত এই ধামৰ বিশ্বজনীন প্ৰচাৰৰ এতিয়াও প্ৰয়োজনীয়তা আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.