ETV Bharat / state

পানীৰ পৰা আঁতৰি থাকক মেষ ৰাশিৰ লোক, তুলা ৰাশিৰ বাবে দিনটো শুভ; চাওক দৈনিক ৰাশিফল - DAILY HOROSCOPE

আপোনাৰ আজিৰ দিনটো কেনে যাব ? জানিবলৈ চাওক ৰাশিফল-

Daily Horoscope for 18th December
দৈনিক ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

মেঘ- আপুনি লুকুৱাই ৰখা দুখবোৰে আজি আপোনাক অসুবিধাত পেলাব ৷ আপোনাৰ ভিতৰত থকা ভাৱবোৰক এৰাটো সহজ নহ’লেও একো কৰিব নোৱাৰিব ৷ নিজৰ যত্ন লওক ৷ মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব ৷ আপোনাৰ আশে-পাশে থকা মানুহবোৰৰ লগত আপোনাৰ সমস্যৰ কথা আলোচনা নকৰিব ৷ গাড়ী লাহে লাহে চলাব আৰু পানীৰ পৰা অলপ আঁতৰত থাকিব ৷

বৃষ- আজি সম্পূৰ্ণ দিনটো আপুনি বহুত সহজ অনুভৱ কৰিব ৷ আপোনাৰ আশা বোৰ আজিয়েই পূৰণ হোৱা যেন ভাৱ হ’ব ৷ হঠাৎ আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ যাব লগা হ’ব পাৰে ৷ আপুনি কোনো সময়ত নিজকে বিশ্বাস কৰিবলৈ টান পাব আৰু সকলো সপোন যেন অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে ৷ মাতৃৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷

মিথুন- এটা অতি গতানুগতিক দিন ৷ সেয়েহে আপোনাৰ কাম শেষ হওঁতে দেৰি লাগিব ৷ কামৰ সুফল লাভতো পলম হোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিক লাভৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব ৷ দিনৰ প্ৰথম ভাগত কামত বেছি বাধাৰ সৃষ্টি হ’ব, কিন্তু আপুনি নিজে এই বাধাসমূহ আঁতৰ কৰিব পাৰিব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনক লগ কৰিবলৈ যাব পাৰে ৷

ককৰ্ট- গণেশৰ কৃপাত এটা সৌভাগ্যপূৰ্ণ দিন ৷ ঘৰুৱা আৰু আন ক্ষেত্ৰত আপুনি কৰা কষ্টৰ বাবে সকলো কাম গতি লগা যেন দেখা যাব ৷ নিজৰ ওপৰত থকা বিশ্বাসেৰে আপুনি আপোনাৰ কামত উন্নতি কৰিব পাৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা সফল হ’ব ৷ আপোনাৰ সামাজিক আৰু কাব্যিক প্ৰতিভা আজি বিকাশ হ’ব ৷ আৰ্থিক দিশত ভাল ফলদায়ক দিন ৷

সিংহ- আজি দিনটোৱে আপোনাক দুখী কৰি তুলিব ৷ মানুহৰ কথাত বেছি মন নিদিব ৷ কৰো ওপৰত খং নকৰিব ৷ তৰ্ক-বিতৰ্কৰ পৰ আঁতৰি থাকক ৷ আইন সংক্ৰান্তীয় বিষয়তো সাৱধান হওক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ ধ্যান আৰু উশাহৰ ব্যায়াম কৰি মন শান্ত কৰিব পাৰিব ৷

কন্যা- আজি আপোনাৰ বাবে এটা শুভ ৷ আজি আপুনি আপোনাৰ প্ৰিয়জনক প্ৰেম নিবেদন কৰিব আৰু সফলতা পাব ৷ বিভিন্ন কামত সফলতা পাব ৷ গতিকে অসাধাৰণ কামত পিছুৱাই নাযাব ৷ পৰিয়াল বা বন্ধুৰ লগত ভ্ৰমণৰ আনন্দ ল’ব পাৰিব ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷ মহিলা বন্ধুসকল আপোনাৰ বাবে লাভজনক হ’ব ৷ সুখী থাকক আৰু দিনটো উপভোগ কৰক ৷

তুলা- এটা সৌভাগ্যশালী দিন বুলিব পাৰি ৷ আপুনি সন্তুলন ৰখাত সফল হ’ব ৷ আপোনাৰ বাবে দিনটো সহজ হ’ব, একো কামতে বিশেষ কষ্ট কৰিব নালাগে ৷ প্ৰিয়জনৰ লগত আলোচনাত সুফল পাব ৷ কৰ্মক্ষেত্ৰত ওপৰৱালাৰ লগত হোৱা কথোপকথনে কোম্পানীৰ উন্নতিত সহায় কৰিব ৷ মাতৃৰ ফালৰ পৰা লাভৰ মুখ দেখিব ৷ তেওঁৰ লগত দীঘলীয়া আলোচনা কৰক, তেওঁ আপোনাক সজ উপদেশ প্ৰদান কৰিব ৷ চৰকাৰী কামত ভাগ্য সুপ্ৰসন্ন হ’ব ৷

বৃশ্চিক- আপুনি আজি সময়ক উপেক্ষা কৰাৰ বাহিৰে আন উপায় নাই ৷ আজি আপনাৰ এটা কামো সফলতাৰে আৰু লাভজনকভাৱে সমাধান নহয় ৷ আজি আপুনি এলাহ আৰু মনোযোগিতাৰ অভাৱ অনুভৱ কৰিব ৷ ব্যৱসায়ৰ সকলো কামত আৰু মানুহৰ লগত এই বিষয়ৰ আলোচনাত বিশেষ সাৱধান হ’ব লাগিব ৷ সন্তানৰ লগত কৰা তৰ্কই আপোনাক বিৰক্ত কৰিব, সিদ্ধান্ত গ্ৰহণত পলম হ’ব ৷

ধনু- আজি আপোনৰ মনত দুখ আৰু আৱেগে আকস্মিকভাৱে ক্ৰিয়া কৰিব ৷ আপোনাৰ মনৰ ভাৱক গাৰ জোৰেৰে বান্ধি থোৱাৰ বাহিৰে উপায় নাই ৷ আপোনাৰ কলাসন্মত ভাৱধাৰাক ব্যৱসায়ত লগোৱাৰ এয়া উচিত সময় নহয় ৷ বহু কাম আপোনাৰ বাবে এতিয়া প্ৰায় নিষিদ্ধ ৷ চিকিৎসাৰ ক্ষেত্ৰত কৰিবলগীয়া কাম অলপ পিছুৱাই দিয়ক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰি মন শান্ত কৰক ৷

মকৰ- এটা সৌভাগ্যশালী দিন বুলিব পাৰি ৷ ধনাগমন আৰু জমাৰ বাবে উত্তম সময় ৷ আপুনি ব্যৱসায়ৰ নবীকৰণ আৰু আন বিষয়ৰ পৰিকল্পনাত আগবাঢ়ক ৷ সেই পৰিকল্পনাবোৰে আপোনাৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি সাধন কৰিব ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু জমা তথা ব্যৱসায়ৰ ফালৰ পৰা ধনৰ আগমন হ’ব ৷ নতুন কোনোধৰনৰ চিন্তাৰ কাৰণ সদ্যহতে দেখা নাযায় ৷ ভ্ৰমণ শুভ হ’ব ৷

কুম্ভ- এইটো আপোনাৰ বাবে এটা সুন্দৰ দিন ৷ আপোনাৰ কৃতকাৰ্যতাত আপুনি নিজে সুখী হ’ব ৷ কামত উন্নতিয়ে আপোনাৰ সহকৰ্মীসকলৰ ওচৰত আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ ঘৰুৱা পৰিবেশটো ভাল ফল পাব ৷ আপুনি আনন্দৰে সময় কটাব পাৰিব ৷ শাৰীৰিক বাধা নাই ৷ সকলো দিশতে আৰামদায়ক যেন অনুভৱ হ’ব ৷ সকলো ক্ষেত্ৰতে আনন্দ লাভ কৰিব ৷

মীন- আজি আপোনাৰ কলাসন্মত কাৰ্যই উচ্চ শিখৰ আৰোহণ কৰিব ৷ ভগৱানে দান কৰা আপোনাৰ সদগুণবোৰৰ ফলত আপোনাৰ দুখবোৰ কমিব ৷ আজি কিছুমান কাম আপুনি অনুমান নকৰাকৈ হ’ব৷ আপোনাৰ প্ৰতিভা জগতক দেখুৱাই দিয়াত আপুনি সফল হ’ব ৷ আপোনাৰ প্ৰিয়জন আপোনাৰ কামত প্ৰভাৱিত হ’ব ৷ যিয়ে আপোনাক আচৰিত কৰি তুলিব ৷ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে দিনটো শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.