কাকপথাৰত স্বাধীনতা দিৱস উপলক্ষে উলিওৱা হ’ল চাইকেল ৰেলী - কাকপথাৰত স্বাধীনতা দিৱস উপলক্ষে চাইকেল ৰেলী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12782921-thumbnail-3x2-tinsukia.jpg)
দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিলে 75 সংখ্যক স্বাধীনতা দিৱস ৷ কাকপথাৰতো স্বাধীনত দিৱসৰ সৈতে সংগতি ৰাখি উলিওৱা হয় চাইকেল ৰেলী ৷ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰাংগণত ভাৰতীয় জনতা যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় চাইকেল ৰেলী ৷ এই চাইকেল ৰেলীত ভাগ লয় কাকপথাৰৰ বিধায়ক বলিন চেতিয়াই ৷ কাকপথাৰ চহৰৰ মাজেদি প্ৰায় 5 কিলোমিটাৰ ভ্ৰমণ কৰে সমদলকাৰী দলটোৱে ৷ এই চাইকেল ৰেলীত বিজেপি কৰ্মী, ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷