আদিবাসীসকলক অনুসূচিত জনজাতি প্ৰদানৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ - অনুসূচিত জনজাতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 12, 2019, 12:18 AM IST

"মিত্ৰ জোঁট চৰকাৰে ক্ষমতালৈ অহাৰ লগে লগে অসমৰ আদিবাসীসকলক অতি কম সময়ৰ ভিতৰতে জনজাতিকৰণৰ প্ৰদানৰ আশ্বাস দিছিল । কিন্তু বিজেপিৰ মিত্ৰজোঁট চৰকাৰখনে একমাত্ৰ ভোটৰ স্বাৰ্থতহে ব্যৱহাৰ কৰি আহিছে ৷"- এই অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ । বৃহস্পতিবাৰে আদিবাসী ছাত্ৰ সংগঠনৰ অৰ্ধশতাধীক কৰ্মীয়ে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অতিশীঘ্ৰে বৃহত্তৰ আদিবাসী সকলক জনজাতি কৰণৰ লগতে বিভিন্ন সমস্যাৰ সমাধান দাবীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.