জনা নজনা বহু কথাৰে ইটিভি ভাৰতত যতীন বৰা - ইটিভি ভাৰতৰ সৈতে যতীন বৰাৰ সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9018942-thumbnail-3x2-jatin.jpg)
অভিনেতাৰ পৰা ৰাজনীতিলৈ যতীন বৰাৰ কাহিনী ৷ কিয় বাৰে বাৰে দল সলাই ফুৰে যতীন বৰাই? সুবিধা বিচাৰি দল সলাই নেকি যতীন বৰাই? হঠাৎ কিয় ভুল কৰিছিল যতীন বৰাই? কা আন্দোলনত ভাগ লৈ পুনৰ বিজেপিলৈ ৰত্নাকৰ ৷ পদত্যাগৰ নামত নাটক ৰচা যতীনে ক'লে সঁচা কথা ৷ আচলতে বিজেপিৰ পৰা পদত্যাগেই কৰা নাছিল ৷ তেনেহ'লে পদত্যাগৰ নাটকখন কিয় কৰিছিল ? যতীন বৰাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ৷ জনা নজনা কথাৰে ইটিভি ভাৰতত ৰাজনীতিবিদ যতীন বৰা ৷