ভৱানীপুৰত ফনীধৰৰ হৈ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অভিনেতা যতীন বৰা - by election
🎬 Watch Now: Feature Video

ভৱানীপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ হৈ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলালে অভিনেতা যতীন বৰাই ৷ প্ৰচাৰৰ কালতে সমষ্টিত ফনীধৰ তালুকদাৰ জয়ী হোৱাতো একেবাৰে নিশ্চিত বুলি কয় যতীন বৰাই ৷ ইফালে, সমষ্টিটোত প্ৰাৰ্থী ফনী তালুকদাৰৰ হৈ ব্যাপক প্ৰচাৰ চলাইছে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়ক হেমাংগ ঠাকুৰীয়া আদিৰ দৰে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে ৷