thumbnail

By

Published : Jul 20, 2021, 10:58 PM IST

ETV Bharat / Videos

পবিত্ৰ ঈদৰ শুভেচ্ছা জনালে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে

অসমবাসীলৈ পবিত্ৰ পবিত্ৰ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জনালে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷ পবিত্ৰ ঈদ-উল-আজহাৰে ৰাইজৰ মাজলৈ শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ কঢ়িয়াই অনাৰ কামনা কৰাৰ লগতে সকলোকে ক'ভিড প্ৰট'কল মানি ঘৰতে ঈদৰ নামাজ সম্পন্ন কৰিবলৈ আহ্বান জনায় ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.