জনীয়াত কংগ্ৰেছৰ দুৰ্গ ভেদি এ আই ইউ ডি এফৰ ৰফিকুল ইছলামৰ বৃহৎ জয় - jania-by-election latest update
🎬 Watch Now: Feature Video

জনীয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী চামছুল হকক পৰাজিত কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ বৃহৎ জয় । প্ৰায় ৩৫ হাজাৰ ভোটৰ ব্যৱধানত জয় লাভ কৰে এ আই ইউ ডি এফৎ প্ৰাৰ্থী ৰফিকুল ইছলামে । এই বৃহৎ বিজয় সাব্যস্ত কৰি কি ক'লে চাওক ৰফিকুল ইছলামেঃ