জনতাৰ কন্ঠ: ৩১নং চিডলী সমষ্টিৰ উন্নয়নৰ খাতিয়ান - Assam assembly election 2021

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 17, 2021, 1:28 PM IST

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ" ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5 বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ চিৰাং জিলাৰ ৩১নং চিডলী(জনজাতি) বিধান সভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক চন্দন ব্ৰহ্ম। বিপিএফৰ এইজন বিধায়ক বিগত তিনিটা কাৰ্যকালৰ পৰা একেৰাহে নিৰ্বাচিত হোৱাৰ উপৰিও ৰাজ্য চৰকাৰৰ মন্ত্ৰীত্বও লাভ কৰিছে । চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ পৰ্যটন বিভাগৰ দায়িত্বত থাকি মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিলে তথা বিগত পাঁচ বছৰে সমষ্টিবাসীয়ে বিধায়কগৰাকীৰ পৰা কি পালে কি নাপালে, তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদনত...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.