2021ত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিতঃ জুৰি শৰ্মা বৰদলৈ

By

Published : Sep 30, 2020, 5:38 PM IST

thumbnail
কৰ'ণাৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া চলিছে 2021ৰ নিৰ্বাচনী তৎপৰতা । প্ৰতিটো সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ কুচ-কাৱাজ । পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ পুনৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ মন মেলিছে কংগ্ৰেছ নেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে । 2016 ৰ বিধানসভা নিৰ্বাচনত পৰাজিত জুৰি শৰ্মাক দলে পুনৰ টিকট দিবনে ? সমষ্টিটোৰ পৰা নাম চৰ্চিত হোৱা কণ্ঠশিল্পী বাবু বৰুৱাই আউল লগাব নেকি কংগ্ৰেছ নেত্ৰীগৰাকীৰ স্বপ্নত ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.