ই টিভি ভাৰতৰ সন্মুখত বিশিষ্ট নাট্যশিল্পী, অভিনেত্ৰী ভাগীৰথী

By

Published : Mar 31, 2019, 4:21 PM IST

Updated : Mar 31, 2019, 5:00 PM IST

thumbnail
অসমৰ নাট্যশিল্পীৰ বাবে কাম কৰাৰ মন কৰ্ণাটকৰ জীয়ৰী তথা অসমৰ বোৱাৰী ভাগীৰথীৰ ৷ ই টিভি ভাৰতৰ সন্মুখত বিশিষ্ট নাট্যশিল্পী, অভিনেত্ৰী ভাগীৰথী ৷ ভাগীৰথী বৰ্তমান কৰ্ণাটক চৰকাৰৰ অধীনস্থ "ৰংগায়ন"ৰ সঞ্চালিকা ৷ পাচে,অসমৰ নাট্যশিল্পীৰ বাবে কাম কৰাৰ মন কৰ্ণাটকৰ জীয়ৰী তথা অসমৰ বোৱাৰী ভাগীৰথীৰ ৷ অসমৰ নাট্যশিল্পক আগবঢ়াই নিবলৈ  অসম চৰকাৰে কৰ্ণাটক চৰকাৰৰ আৰ্হি কিয় ল'ব নোৱাৰে বুলি প্ৰশ্ন কৰি কেৱল "ৰংগায়ন"ৰ নামতেই কৰ্ণাটক চৰকাৰে বাজেটত 300 কোটি টকা ধাৰ্য কৰে বুলি মন্তব্য কৰে অভিনেত্ৰী ভাগীৰথীয়ে ৷
Last Updated : Mar 31, 2019, 5:00 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.