২০২১ৰ নিৰ্বাচনত হাজো সমষ্টিত টিকত নাপায় নেকি সুমন হৰিপ্ৰিয়াই ? - ইটিভি ভাৰত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8986014-thumbnail-3x2-p.jpg)
অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদ প্ৰদান কেৱল সান্তনাহে নেকি ? ২০২১ ৰ নিৰ্বাচনত হাজো সমষ্টিত টিকত নাপায় নেকি সুমন হৰিপ্ৰিয়াই ? মাতৃ বিজয়া চক্ৰৱৰ্তীৰ সৈতে কিয় কন্দল হয় বিধায়িকা কন্যাৰ ? কিয় বিয়াত নবহিল বিধায়কা সুমন হৰিপ্ৰিয়া ? ৰাজনীতি, সাংস্কৃতিক তথা ব্যক্তিগত জীৱন সামৰি ইটিভি ভাৰতেৰে সুমন হৰিপ্ৰিয়াৰ বিশেষ সাক্ষাৎকাৰ..
Last Updated : Sep 30, 2020, 3:04 PM IST