"অবৈধ বাংলাদেশীসকলক প্ৰত্যাৰ্পণৰ ক্ষেত্ৰত ভাৰতে বাংলাদেশৰ লগত আলোচনা কৰা উচিত" - assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4082454-thumbnail-3x2-k.jpg)
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাংলাদেশৰ গৃহমন্ত্ৰী আচাদুজ্জামান খানক সাক্ষাৎ কৰি অবৈধ বাংলাদেশী সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ পাচতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ ছাত্ৰ সংগঠনৰ সমূহৰ লগতে বিৰোধী দলে ৷ অমিত শ্বাহলৈ তেওঁলোকৰ আহ্বান অসমত থকা অবৈধ বাংলাদেশীসকলক প্ৰত্যাৰ্পণ চুক্তিত স্বাক্ষৰ কৰক বাংলাদেশৰ লগত ৷ চাওক এই সন্দৰ্ভত বিশেষ প্ৰতিবেদন...