বোকাখাতত ক’ভিড প্ৰট’কল মানি স্বাধীনতা দিৱস উদযাপন - 75 তম স্বাধীনতা দিৱস
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12785079-thumbnail-3x2-b.jpg)
সমগ্ৰ দেশৰ লগতে দেওবাৰে বোকাখাততো উদযাপন কৰা হয় 75 তম স্বাধীনতা দিৱস(Independence Day) । পতকা উত্তোলন কৰে মহকুমাধিপতি নেহা যাদৱে । ক’ভিড প্ৰট’কল(Covid Protocol) মানি আৰক্ষী আৰু বন সুৰক্ষা বাহিনীৰ জোৱানে অংশগ্ৰহণ কৰে পেৰেডত ৷