অসমতো পৰিল ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ - Samyukt Kisan Morcha
🎬 Watch Now: Feature Video
বহু বিৰ্তকিত কৃষি আইন বাতিলৰ দাবীত ভাৰত বন্ধ ৷ দিল্লী-নয়ডা-গুৰুগ্ৰাম সংযোগী পথত ব্যাপক যান-জঁট ৷ কৃষি আইন বাতিলৰ দাবীত দীৰ্ঘদিন আন্দোলন অব্যাহত ৰখা সংযুক্ত কিষাণ মৰ্চাই আহ্বান দিয়া ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা গ’ল অসমতো ৷ পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ নিৰ্ধাৰণ কৰা ভাৰত বন্ধৰ এই সময়চোৱাত আৰক্ষীয়ে আটক কৰিলে বহু বন্ধৰ সমৰ্থকক ৷