তিনিচুকীয়াত কাঠভৰ্তি ট্ৰাক জব্দ - তিনিচুকীয়া বাতৰি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13423025-thumbnail-3x2-tinsukia.jpg)
তিনিচুকীয়াত জব্দ কাঠভৰ্তি ট্ৰাক ৷ তিনিচুকীয়াৰ বালিগাদাৰ সত্যনাৰায়ণ আগৰৱালা নামৰ এজন কাঠ ব্যৱসায়ীৰ গোদামৰ পৰা জব্দ কৰা হয় কাঠখিনি ৷ তিনিচুকীয়া বন বিভাগৰ তৰফৰ পৰা চলোৱা হৈছিল অভিযান ৷ ট্ৰাকখনে অত্যাধিক বোজা কঢ়িয়াই অনা বুলি বন বিভাগক অভিযোগ কৰিছিল তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনে ৷ সম্প্ৰতি ট্ৰাকখন জব্দ কৰি তিনিচুকীয়া আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ আনি নথি-পত্ৰ পৰীক্ষা কৰা হৈছে ৷