বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন ! - অসমৰ বান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7679807-thumbnail-3x2-df.jpg)
চলিত বছৰৰ মে' মাহত অহা বছৰৰ প্ৰথমটো বানে ব্যাপক ক্ষতি কৰিছে ৰাজ্যৰ কৃষি ক্ষেত্ৰত । প্ৰথমটো বানত ১৮ খনকৈ জিলাৰ ৭৯৫৭০.৫৮ হেক্টৰ কৃষিভূমি ডুব গৈছিল বাঢ়নী পানীত । ধান, মৰাপাটৰ লগতে পাচলি খেতি বিনষ্ট হৈছে যদিও বাহাদুৰ ছাহানি, ৰঞ্জিত ছাহানি আৰু বিনা ধানৰ খেতি কৰা কৃষক সকলৰ ক্ষতিৰ পৰিমাণ কিছু কম হৈছে ।