হোজাইৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ ভোটদান - বিধানসভা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11238340-thumbnail-3x2-df.jpg)
91 নং হোজাই বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষে সাব্যস্ত কৰে ভোটাধিকাৰ ৷ দলীয় কৰ্মীৰ লগত 98 নং হোজাই ৰাষ্ট্ৰভাষা বিদ্যালয়ত ভোটদান কৰিবলৈ আহে প্ৰাৰ্থীগৰাকী ৷ ভোটদান কৰিবলৈ অহাৰ পূৰ্বে ঘৰৰ পৰা ওলাই মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰাৰ লগতে গছপুলি ৰোপণ কৰে ঘোষে ৷ ইয়াৰ পিছতেই অন্যান্য লোকৰ সৈতে শাৰী পাতি ভোটদান কৰে প্ৰাৰ্থী গৰাকীয়ে ।