সুৰক্ষিত স্থানলৈ পুৰণিগুদামৰ ঐতিহাসিক মিনাৰ - মিনাৰ
🎬 Watch Now: Feature Video

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ভাবুকি অহা পুৰণিগুদামৰ শতায়ু গৰকা ঐতিহাসিক বৰমছজিদৰ দুমহলীয়া মিনাৰ এতিয়া সুৰক্ষিত স্থানলৈ ৷ অক্ষত অৱস্থাত অত্যাধুনিক প্ৰযুক্তিৰে চলিছে মিনাৰ স্থানান্তৰণৰ কাম ....