অষ্টম মৃত্যুবাৰ্ষিকীত হীৰুদালৈ শ্ৰদ্ধাৰ্ঘ - hiren bhattacharya
🎬 Watch Now: Feature Video

এগৰাকী আত্মসচেতন কবি ৷ এগৰাকী প্ৰেমিক মনৰ কবি ৷ যাৰ কবিতাত যদি এফালে ফুটি উঠে জীৱন আৰু প্ৰেমৰ বিশ্লেষণ আনফালে আকৌ প্ৰাণ পাই বাস্তৱতাই গৰকি যোৱা আধুনিক পৃথিৱী ৷ আধুনিক অসমীয়া কবিতাক অধিক জনপ্ৰিয় কৰি তোলা সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ অষ্টম মৃত্যুবাৰ্ষিকীত ইটিভি ভাৰতৰ তৰফৰ পৰা জনালো সশ্ৰদ্ধ প্ৰণিপাত ৷
Last Updated : Jul 4, 2020, 4:43 PM IST