শৰীৰক সতেজ কৰি তোলক এই পানীয় সেৱনেৰে - উৎকৃষ্ট পানীয়
🎬 Watch Now: Feature Video

আপোনাৰ শৰীৰক সতেজ কৰি তোলাৰ অন্যতম সহজ আৰু উৎকৃষ্ট পানীয় হৈছে মেলন মেডলী ৷ যি বহু ফল-মূলেৰে পৰিপুষ্ট ৷ এই পানীয়ই আপোনাৰ হজমী শক্তি বঢ়োৱাৰ লগতে আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি আৰু শক্তিও যোগান ধৰে ৷ লগতে এই পানীয়ই শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো এক বিশেষ ভূমিকা পালন কৰে ৷ লক ডাউনৰ সময়ছোৱাত আপুনিও ঘৰতে এই পানীয়ৰ জুতি ল'বলৈ চাওক আমাৰ এই ৰেচিপি...
Last Updated : Jul 29, 2020, 7:29 PM IST