thumbnail

By

Published : May 8, 2020, 11:55 AM IST

Updated : May 8, 2020, 7:21 PM IST

ETV Bharat / Videos

ছীল কৰি দিয়া হ'ল GMCHৰ দুটাকৈ ছাত্ৰাবাস

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলত বৃহস্পতিবাৰে এগৰাকী শিক্ষাৰ্থীৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিচতে, আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে হোষ্টেলটো ৷ পৰিদৰ্শনৰ পিচতে হোষ্টেলটো কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি ছীল কৰাৰ নিৰ্দেশ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
Last Updated : May 8, 2020, 7:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.