চিকিৎসালয় আছে চিকিৎসক নাই : বিহালীত স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নমুনা - চিকিৎসালয় আছে চিকিৎসক নাই : থকাতকৈ নথকাই ভাল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5823439-thumbnail-3x2-lkjljlk.jpg)
বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ নিজ বাঘমৰী উপ স্বাস্থ্য কেন্দ্ৰত নাই কোনো চিকিৎসক অথবা কৰ্মচাৰী ৷ ২০১৪ চনতে কংগ্ৰেছৰ বিধায়ক, বৰ্তমান তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে অঞ্চলটোৰ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই এটা উপ স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত উপ স্বাস্থ্য কেন্দ্ৰত দেখা নগ'ল কোনো স্বাস্থ্যবিভাগৰ কৰ্মচাৰীক ৷ এই সন্দৰ্ভত চাওঁক আমাৰ এক প্ৰতিবেদন ৷