অ’এনজিচিৰ দুই অপহৃতক চৰাইদেউ আৰক্ষীক অৰ্পণ - অলকেশ শইকীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11529464-thumbnail-3x2-img.jpg)
শনিবাৰে নিশা অসম ৰাইফলছ আৰু ৰেডহৰ্ণ সামৰিক বাহিনীয়ে চৰাইদেউ আৰক্ষীৰ হাতত গতাই দিয়ে অ’এনজিচিৰ দুই অপহৃত কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক । ঘন জংঘলৰ মাজত হোৱা গুলী চালনাৰ সুযোগ লৈ পলাবলৈ সক্ষম হৈছিল মোহিনী আৰু অলকেশ । তেতিয়াৰ পৰাই সংযোগ বিছিন্ন হৈছিল ৰিতুল শইকীয়াৰ সৈতে ।