thumbnail

By

Published : May 13, 2020, 10:24 PM IST

ETV Bharat / Videos

ক্ষন্তেক পাছতে গুৱাহাটী পাবহি ৰাজধানী এক্সপ্ৰেছঃ তৎপৰ মহানগৰ প্ৰশাসন

দিল্লীৰ পৰা প্ৰায় 78 গৰাকী যাত্ৰী কঢ়িয়াই ক্ষন্তেক পাচতেই গুৱাহাটীত উপস্থিত হ'বহি ৰাজধানী এক্সপ্ৰেছ ৷ ইতিমধ্যে গুৱাহাটী ৰেলৱে ষ্টেচনত ব্যপক তৎপৰতাৰে সকলো যৱতীয় ব্যৱস্থা সম্পন্ন কৰিছে ৰেল বিভাগৰ লগতে জিলা প্ৰশাসনে ৷ ষ্টেচনত উপস্থিত হৈ সমগ্ৰ প্ৰক্ৰিয়া নিজেই তদাৰক কৰিছে উপায়ুক্ত গৰাকীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.