কন্টেইনমেন্ট জ'ন ঘোষণা মহানগৰীৰ অমিয় নগৰ - GUWAHATI AMIYA NAGAR RED ZONE NOTICE ETV BHARAT
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7113161-thumbnail-3x2-p.jpg)
শুকুৰবাৰে চানমাৰিৰ অন্তৰ্গত অমিয় নগৰক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিলে মহানগৰী প্ৰশাসনে ৷ ইতিমধ্যে ছীল কৰা হ'ল অমিয় নগৰ ৷ শেহতীয়াকৈ COVID 19 ত আক্ৰান্ত এগৰাকী ৰোগীয়ে বাস কৰিছিল অমিয় নগৰত ৷