পাটাছাৰকুছি সমষ্টিত প্রচাৰ অভিযানত গৌৰৱ গগৈ - election2021
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11256144-thumbnail-3x2-barpeta.jpg)
পাটাছাৰকুছি সমষ্টিৰ পাঠশালাৰ পৰা কেন্দুগুৰী, বদনকুচি, কালজিৰাপাৰা হৈ মাজিউপাৰালৈ সহস্রাধিক কংগ্রেছ কৰ্মীৰ সৈতে বাইক ৰেলীত অংশগ্ৰহণ সাংসদ গৌৰব গগৈৰ ৷ মাজিউপাৰাত কংগ্রেছ মহাজোঁটৰ পাটাছাৰকুছি সমষ্টিৰ প্ৰাৰ্থী শান্তনু শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈয়ে ।