লক ডাউনৰ মাজতে পৰম্পৰাগতভাৱে উদযাপন গৰু বিহু

By

Published : Apr 13, 2020, 10:56 AM IST

Updated : Apr 13, 2020, 2:37 PM IST

thumbnail
আজি গৰু বিহু ৷ 21 দিনীয়া লক ডাউনৰ মাজেৰে পদুলী মুখত ৰঙৰ ৰঙালী ৷ এফালে চৰকাৰী নিয়ম আনফালে সাতাম পুৰুষীয়া পৰম্পৰা ৷ ইয়াৰ মাজতেই আহি পালে বাপতিসাহোন ৰঙালী বিহু ৷ ডিব্ৰুগড়স্থিত বৰপথাৰত পুৱাতে উঠি গৰুহালক মা হালধি সানি ঘৰতেই 'লাও খা বেঙেনা খা ,বছৰে বছৰে বাঢ়ি যা' বুলি কুশল-মংগল কামনা কৰিছে গৃহস্থই । লক ডাউনৰ সামাজিক দূৰত্ব বজাই ৰাখি নিজ নিজ ভাগে গৰু বিহু পালন কৰিছে অসমীয়াই । বৰ্তাই ৰাখিলে নিজ পৰম্পৰা... ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন
Last Updated : Apr 13, 2020, 2:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.