thumbnail

আমগুৰিত সমূহীয়াভাৱে গৰু বিহু উদযাপন

By

Published : Apr 14, 2021, 9:50 AM IST

আজি গৰু বিহু ৷ আমগুৰি পেঙেৰা ঘাটত জাঁজী নৈত গৰুক গা ধুওৱাৰ বাবে ভিৰ কৰিছে হি ৰাইজ ৷ গৰুক মাহ-হালধি সানি অসমীয়াৰ বিশ্বাস আৰু পৰম্পৰাৰ অভিন্ন অংশ গৰু বিহু সমূহীয়াভাৱে উদযাপন কৰা হৈছে ৷ পেঙেৰা গাঁৱৰ এশৰো অধিক পৰিয়ালে একগোট হৈ উদযাপন কৰিছে গৰু বিহু । চাওক আমগুৰিৰ পৰা সমীৰণ দুৱৰাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.