খাল-বিলত নাই পানী, পাইপৰ পানীৰে গো ধনক নোৱালে ৰাইজে - গৰু বিহু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-2998204-thumbnail-3x2-kkkkkkk-jpg.jpg)
বিহুৰ পৰম্পৰা ৰক্ষাৰ যুঁজত দক্ষিণ কামৰূপৰ ভিন্ন অঞ্চলৰ ৰাইজ ৷ ৰাজ্যবাসীয়ে নৈ-বিলত গৰুক গা ধুওৱাৰ বিপৰীতে খাল-বিলৰ পানী শুকাই যোৱাত পাইপৰ পানীৰে পশু ধনক নোৱালে দক্ষিণ কামৰূপৰ ৰাইজে ...