গেলাবিল নৈৰ বাঢ়নী পানীয়ে ভাঙিলে নৱনিৰ্মিত বান্ধ

By

Published : Jul 11, 2019, 10:22 PM IST

thumbnail

গোলাঘাটত গেলাবিল নৈৰ বাঢ়নী পানীয়ে ভাঙিলে নৱনিৰ্মিত বান্ধ । যাৰ ফলত জলবন্দী হৈ পৰিছে শ শ পৰিয়াল । আৰু অধিক ভয়াবহ হোৱাৰ আশংকাত আতংকিত অঞ্চল বাসী । গোলাঘাট নিকৰি অঞ্চলৰ শ্লুইচ গেট ভাগি যোৱাৰ ফলত নিকৰি অঞ্চলৰ প্ৰায় ১০ খনৰো অধিক গাঁৱৰ শ শ পৰিয়াল আবদ্ধ হৈ পৰিছে পানীত ৷ ওখ ঠাই বিচাৰি ঢাপলি মেলিছে গাঁওবাসী । কিন্তু বৰ্তমানেও অঞ্চলটোৰ লোক সকলৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ জিলা প্ৰশাসনৰ কোনো লোকে উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.