মহানগৰীৰ গণেশ মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত - গণেশ পূজা
🎬 Watch Now: Feature Video
গণেশ চতুৰ্থীৰ উপলক্ষে মহানগৰীৰ গণেশ মন্দিৰ সমূহতো পুৱাৰে পৰা ভক্তই ভিৰ কৰিছে । মহানগৰীৰ লতাশিল গণেশ মন্দিৰ, গনেশগুৰি গণেশ মন্দিৰ, লালগণেশ গণেশ মন্দিৰত পুৱাৰে পৰা আৰম্ভ হয় গণেশ পূজা ৷ লতাশিল গণেশ মন্দিৰত ৰাজ্যচৰকাৰে বান্ধি দিয়া নীতি নিয়ম পালন কৰি অনুষ্টুপীয়াকৈ গণেশ পূজাৰ আয়োজন কৰা হৈছে ।