thumbnail

By

Published : Sep 10, 2021, 5:39 PM IST

ETV Bharat / Videos

ধিঙৰ পূজাবাৰীত ব্যাপক উলহ মালহেৰে গণেশ চতুৰ্থী উদযাপন

আজি গণেশ চতুৰ্থী ৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙতো ব্যাপক উলহ মালহৰে উদযাপন কৰা হয় এই গণেশ চতুৰ্থী পূজা ৷ ধিঙৰ ঐতিহ্যমণ্ডিত ধিং পূজাবাৰীত উদযাপন কৰা হৈছে গণেশ চতুৰ্থী । পুৱাৰে পৰা পূজাবাৰীলৈ আগমন ঘটিছে অগণন ভক্তৰ ৷ পূজা-অৰ্চনা আগবঢ়াই সকলোৱে আশিস গ্ৰহণ কৰিছে ৷ সম্পূৰ্ণ ক'ভিড প্ৰট’কল মানি এই পূজা ভাগৰ আয়োজন কৰিছে উদ্যোক্তা সকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.