Four arrested with fake gold : নকল সোণৰ লেন-দেনেৰে ৰঙাঘৰৰ আলহী চাৰিগৰাকী - নগাঁও আৰক্ষীয়ে চাৰিজন লোকক আটক কৰে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 25, 2021, 2:09 PM IST

নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নকল সোণ আৰু নগদ ধনৰ সৈতে চাৰিজনকৈ লোকক আটক কৰে (Four arrested with fake gold and cash) ৷ নগাঁৱৰ সমীপৰ কাতিমাৰিত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ ইয়াৰে তিনিজন লখিমপুৰৰ ক্ৰমে আতিকুৰ ইছলাম, চিৰাজুল ইছলাম, মুছলিম উদ্দিল আৰু আনজন উত্তৰ প্ৰদেশৰ অশোক কুমাৰ বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.