বকোৰ ৰৌমাৰীত অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান - ৰৌমাৰীত অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13225494-thumbnail-3x2-boko.jpg)
পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিভিন্ন স্থানত দীৰ্ঘদিনে অবাধে চলি আহিছে বালি খনন আৰু সৰবৰাহ ৷ অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগে চলালে অভিযান ৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ডিম্পী বড়াৰ নেতৃত্বত বন বিভাগে চলোৱা এই অভিযানত বালি খননত ব্যৱহৃত ৭টা পাৱাৰ পাম্প জব্দ কৰা হয় ৷ স্থানীয় ৰাইজৰ অভিযোগ বন বিভাগক মেনেজ কৰিয়েই একাংশ অসাধু লোকে অবাধে চলাই গৈছে বালি খনন ৷